Hifzur Rahman
Comments
- (ক) আবু হুৰায়ৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি
ৱাছাল্লামে কৈছে, আশুৰাৰ দিনা যি ব্যক্তিয়ে চাৰি ৰাক‘আত ছালাত আদায় কৰিব
আৰু প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা আৰু পঞ্চাশবাৰ ছূৰা ইখলাছ তিলাৱাত
কৰিব, আল্লাহ তা‘আলাই তাৰ অতীতৰ পঞ্চাশ বছৰৰ গুনাহ আৰু ভবিষ্যতৰ পঞ্চাশ
বছৰৰ গুনাহ ক্ষমা কৰি দিব’। উল্লেখিত হাদীছটো জাল বা বানোৱাট। (আল-মাওযূ‘আত
পৃঃ ২/১২২)।
(খ)ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে আশুৰাৰ দিনা জোহৰ আৰু আছৰৰ ছালাতৰ মাজত চল্লিশ
ৰাক‘আত ছালাত আদায় কৰিব; প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা, দশবাৰ আয়াতুল
কুৰচী, দশবাৰ ছূৰা ইখলাছ, পাঁচবাৰ ছূৰা ফালাক্ব আৰু পাঁচবাৰ ছূৰা নাছ
তিলাৱাত কৰিব আল্লাহ তা‘আলাই তাক জান্নাতুল ফিৰদাউছ দান কৰিব। এই হাদীছটোও
জাল বা বানোৱাট। (আল-মাওযূ‘আত পৃঃ ২/১২২-১২৩; শাওকানী, আল-ফাওৱাইদুল
মাজমূ‘আহ পৃঃ ৪৮)।
শায়খুল ইছলাম ইবনু তায়মিয়াহ (ৰহঃ)ই কৈছে,
ﻟﻴﺲ ﻓﻲ ﺣﺪﻳﺚ ﻋﺎﺷﻮﺭﺍﺀ ﺣﺪﻳﺚ ﺻﺤﻴﺢ ﻏﻴﺮ ﺍﻟﺼﻮﻡ، ﻭﻣﺎ ﻳﺮﻭﻱ ﻓﻲ ﻓﻀﻞ ﺻﻼﺓ ﻣﻌﻴﻨﺔ ﻓﻴﻪ ﻓﻬﺬﺍ ﻛﻠﻪ ﻛﺬﺏ ﻣﻮﺿﻮﻉ ﺑﺎﺗﻔﺎﻕ ﺃﻫﻞ ﺍﻟﻤﻌﺮﻓﺔ، ﻭﻟﻢ ﻳﻨﻘﻞ ﻫﺬﻩ ﺍﻷﺣﺎﺩﻳﺚ ﺃﺣﺪ ﻣﻦ ﺃﺋﻤﺔ ﺃﻫﻞ ﺍﻟﻌﻠﻢ ﻓﻲ ﻛﺘﺒﻬﻢ -
‘ছিয়াম ব্যতীত আশুৰা সম্পর্কিত কোনো ছহীহ হাদীছ নাই। এই দিনত নির্দিষ্ট ছালাতৰ ফযীলত সম্পর্কে যিবোৰ বর্ণনা আহিছে প্রসিদ্ধ মুহাদ্দিছসকলৰ ঐক্যমতত তাৰ আটাইবোৰেই মিছা আৰু বানোৱাট। মুহাক্কিক আলিমসকলৰ কোনেওঁ তেওঁলোকৰ কিতাপসমূহত এইবোৰ হাদীছ সংকলন কৰা নাই। (শায়খুল ইছলাম ইবনে তায়মিয়াহ, মিনহাজুছ ছূন্নাহ ৪/১১৬)। গতিকে এই উপলক্ষে আশুৰাৰ দুটা ছিয়ামৰ বাহিৰে অন্য কোনো ইবাদত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, ছাহাবায়ে কিৰাম, তাবেঈনে ইযাম, ইমাম চতুষ্টয়ৰ কোনেওঁ কেতিয়াওঁ কৰা নাই। আৰু তেওঁলোকে ছিয়াম দুটা পালন কৰিছে কেৱল ফিৰাউনৰ কবলৰ পৰা মূছা (আঃ)ৰ নাজাতৰ শুকৰিয়া স্বৰূপ; শাহাদতে হুছাইনৰ শ��

-------------------------------------------------------------------------------------------------------------------------------
০১. আশুরা কি ও তার তাৎপর্য?
০২. হুসাইন (রা) এর হত্যাকারী কে?
০৩. ইসলামে মাতম, শোক ও তাযিয়ার বিধান কি?
০৪. ইয়াযিদ ইবনে মুয়াবিয়া এর বেপারে আহলে সুন্নাতের অবস্থান কি?
০৫. শিয়া কারা এবং তাদের আর সুন্নিদের মধ্যে পার্থক্য কি?
০৬. আহলে বাইত কারা এবং হাদীসে সাকালাইনের ব্যাখ্যা কি?
০৭. আলী, হাসান, হুসাইন (রা) এর মর্যাদা বাড়ানোর জন্য শিয়াদের জালিয়াতি
০৮. ইসলামে নযর মানতের বিধান কি ও শিয়াদের উৎসব হতে দেয়া খাবার খাওয়া যাবে কি?

No comments:
Post a Comment