Sunday, 25 October 2015

বাৰ চান্দৰ চালাত আৰু ফযীলত বিষয়কঃমুহাৰৰম আৰু আশুৰা-Dr.Arfan Ali

১১তম খণ্ড
বাৰ চান্দৰ চালাত আৰু ফযীলত বিষয়কঃ
প্ৰকৃত সত্য কথা হলঃ আশুৰাৰ দিনা মূছা (আঃ) আৰু তেখেতৰ সঙ্গীসকলে ফিৰাউনৰ পৰা মুক্তি পোৱাৰ বাহিৰে অইন কোনো ঘটনা ছহীহ হাদীছৰ দ্বাৰা প্ৰমণিত নহয়। আদম (আঃ) ৰ তাওবাহ ক্ববুল, নূহ (আঃ) ৰ নৌকা জুদী পৰ্বতৰ ওপৰত স্থিৰ হোৱা আৰু ঈছা (আঃ) ৰ জন্ম গ্ৰহণ কৰাৰ কথা অনিৰ্ভৰযোগ্য সূত্ৰৰ যোগেদি কোনো কোনো চাহাবা বা তাবেয়ীৰ পৰা বৰ্ণিত। আশুৰা বা মুহাৰৰম সম্পৰ্কে আৰু যিমান যি কোৱা হয় আটাইবোৰেই মিছা আৰু বাতিল কথা।
মুহাৰৰম আৰু আশুৰা সম্পৰ্কে প্ৰচলিত অন্যান্য কথাবাৰ্তাক আমি আমি দুই ভাগত ভাগ কৰিব পাৰোঃ
প্ৰথমঃ যিবোৰ "হাদীছ" কোনো কোনো মুহাদ্দীছে জাল বা বানোৱাট বুলি উল্লেখ কৰিলেওঁ অইন কিছূমানে দূৰ্বল হিচাপে গ্ৰহণ কৰিছে। আৰু যিবোৰ "হাদীছ" অত্যন্ত দূৰ্বল চনদত কোনো কোনো চাহাবী বা তাবেয়ীৰ নিজৰ বক্তব্য হিচাপে বৰ্ণিত হৈছে। বাহ্যতঃ ইস্ৰাঈলী বৰ্ণনাৰ ভিত্তিতে তেওঁলোকে এইবোৰ বৰ্ণনা কৰিছে।
দ্বিতীয়তঃ সকলো মুহাদ্দীছিনে যিবোৰ হাদীছ ‘জাল’ আৰু ভিত্তিহীন বুলি ঐক্যমত পোষন কৰিছে।
‘জাল’ বা ‘দূৰ্বল’ হাদীছ আৰু চাহাবী-তাবেয়ীসকলৰ মতামতঃ
১. অত্যন্ত দূৰ্বল সূত্ৰে কোনো কোনো চাহাবী বা তাবেয়ীসকলৰ পৰা বৰ্ণিত হৈছে যে এই দিনত আল্লাহ তাআলাই আদম (আঃ) ৰ তাওবাহ ক্ববুল কৰিছিল।
২. অনিৰ্ভৰযোগ্য সূত্ৰত বৰ্ণিত হৈছে যে এই দিনত নূহ (আঃ) ৰ নৌকা জুদী পৰ্বতৰ ওপৰত স্থিৰ হয়।
৩. অনিৰ্ভৰযোগ্য সূত্ৰত বৰ্ণিত হৈছে যে এই দিনত ঈছা (আঃ) জন্ম গ্ৰহণ কৰিছিল।
৪. মুহাৰৰম মাহত বা আশুৰাৰ দিনা দান-ছাদক্বাৰ বিষয়ে যিবোৰ কোৱা হয় তাৰে আটাইবোৰেই বানোৱাট আৰু ভিত্তিহীন। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা এইবোৰৰ বিষয়ে একোৱেই বৰ্ণিত হোৱা নাই। অত্যন্ত দূৰ্বল আৰু অনিৰ্ভৰযোগ্য সূত্ৰত এজন চাহাবা ৰাঃৰ পৰা বৰ্ণিত হৈছে যে আশুৰাৰ দিনা ছিয়াম পালন কৰিলে যিহেতু এক বছৰৰ ছাওৱাব পোৱা যায়, সেইকাৰণে এইদিনা দান কৰিলেওঁ এক বছৰৰ দানৰ সমান ছাওৱাব পোৱা যাব পাৰে। ইয়াৰ বাহিৰে এইদিনৰ দানৰ বিষয়ে যিমান যি কোৱা হয় সকলোবোৰেই বাতিল আৰু ভিত্তিহীন। (ইবনু ৰাজাব, লাতাইফ ১/৭৮; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ৯৫-৯৬)।
৫. এটা হাদীছত কোৱা হৈছে, "যি ব্যক্তিয়ে আশুৰাৰ দিনা তাৰ পৰিয়ালৰ বাবে প্ৰশস্তভাৱে খৰচ কৰিব আল্লাহ তাআলাই গোটেই বছৰেই সেই ব্যক্তিক প্ৰশস্ত ৰিয্ক প্ৰদান কৰিব।" হাদীছটো কেবাটাওঁ চনদত বৰ্ণিত হৈছে। প্ৰত্যেকটো চনদেই অত্যন্ত দূৰ্বল। বিভন্ন চনদৰ কাৰণে বাইহাকী, ইৰাকী, ছূয়ূতী আদি (ৰহঃ) মুহাদ্দিছীনসকলে এই হাদীছটোক জাল হিচাপে গণ্য নকৰি দূৰ্বল বুলি আখ্যয়িত কৰিছে। ইবনু (ৰহঃ) য়ে হাদীছটোক অত্যন্ত আৰত্তিকৰ আৰু অতি দূৰ্বল বুলি কৈছে। আনহাতে ইমাম আহমাদ ইবনু হাম্বল, ইবনু তাইমিয়া আদি (ৰহঃ) মুহাদ্দিছীনসকলে এই হাদীছটোক জাল আৰু বানোৱাট হিচাপে গণ্য কৰিছে। তেখেতসকলে কয় যে প্ৰতিটো চনদেই অত্যন্ত দূৰ্বল হোৱাৰ ফলত একাধিক চনদে ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি নাপায়। তাৰোপৰি হাদীছটো ছহীহ হাদীছৰ বিৰোধী। ছহীহ হাদীছত উল্লেখ কৰা হৈছে যে ইহুদীসকলে আশুৰাৰ দিনা উত্সৱ-আনন্দ কৰে; তোমালোকে তেওঁলোকৰ বিৰোধিতা কৰিবা, এইদিনা ছিয়াম পালন কৰিবা আৰু উত্সৱ বা আনন্দ নকৰিবা। (ইবনু তাইমিয়া, আহাদীছুল কুছছাছ, পৃঃ ৭৯; ইবনুল জাউযী, আল মাউদূৱাত, ২/১১৩-১১৭; ছূয়ূতী, আল লাআলী ২/২০৯-২১৩; ছাখাবী, আল মাকাছিদ পৃঃ ৪২৭; আল যাৰকাশী, আত তাজকিৰা ৩৪, ১১৮; ইবনু আৰৰাক, তানযীহ ২/১৫০-১৫৭; ইবনু ৰাজাব, লাতাইফ ১/৭৯; মোল্লা ক্বাৰী, আল আছৰাৰ, পৃঃ ২৪৪-২৪৫; শাওকানী, আল ফাওৱাইদ ১/১৩২-১৩৩; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ১০০-১০২)
মুহাৰৰম মাহৰ ছহীহ হাদীছ সন্মত সত্য ছূন্নত হ'ল:
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, ‘অহা বছৰ বাচি থাকিলে ইন শ্বা আল্লাহ আমি ৯ মুহাৰৰম সহ ছিয়াম ৰাখিম’। ৰাবীয়ে কৈছে, কিন্তু পিছৰ বছৰ মুহাৰৰম মাহ অহাৰ আগতেই তেখেত চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৃত্যু হৈ যায়। (মুছলিম হা/১১৩৪)।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে,
صُوْمُوْا يَوْمَ عَاشُوْرَاءَ وَخَالِفُوْا فِيْهِ الْيَهُوْدَ صُوْمُوْا قَبْلَهُ يَوْماً أَوْ بَعْدَهُ يَوْماً-
‘তোমালোকে আশুৰাৰ দিনা ছিয়াম ৰাখা আৰু ইহূদীসকলৰ বিৰোধিতা কৰা। তোমালোকে আশুৰাৰ লগত তাৰ আগৰ এদিন বা পিছৰ এদিন ছিয়াম পালন কৰা’। (বায়হাক্বী ৪র্থ খন্ড, পৃঃ ২৮৭। এই ৰিৱায়তটো ‘মাৰফূ’ হিচাপে ছহীহ নহয়, কিন্তু ‘মওকূফ’ হিচাপে ‘ছহীহ’। দ্রঃ হাশিয়া ছহীহ ইবনু খুযায়মা হা/২০৯৫, ২/২৯০ পৃঃ। ৯ আৰু ১০ বা ১০ আৰু ১১ দুদিন ছিয়াম ৰখা উচিত। কিন্তু ৯ আৰু ১০ দুদিন ৰখাই সর্বোত্তম, কিছূমানে ১০ আৰু ১১ ৰ হাদীছটো যয়ীফ বুলি কৈছে)।
ক্রমশ:.......

Friday, 23 October 2015

আশুৰা : আশুৰাৰ দুটা ছিয়ামৰ বাহিৰে বাকী সকলো ইবাদত বে'দাত-ডঃ ইৰফান আলি

৮ম খণ্ড
Continued from last part:
(৩) তা‘যিয়া : তা‘যিয়া অর্থ বিপদত সান্ত্বনা দিয়া। যিটো বর্তমানে শাহাদাতে হুছাইন ৰাঃৰ শোক সমদলৰ ৰূপ ধাৰণ কৰিছে। অথচ ইছলামত কাৰো মৃত্যুতেই তিনি দিনৰ অধিক শোক পালন কৰা নিষেধ। (আবুদাঊদ, নাছাঈ, মিশকাত হা/৪৪৬৩ ‘চুলি আচোৰা’ অনুচ্ছেদ)। কিন্তু বাগদাদৰ গোঁড়া শী‘আ আমীৰ মু‘ইযযুদ্দৌলাই ৩৫২ হিজৰীৰ মুহাৰৰম মাহৰ ১০ তাৰিখক জাতীয় শোক দিৱস ঘোষণা কৰে আৰু চহৰ আৰু গ্রামৰ সকলোকে তা‘যিয়া সমদলত যোগদানৰ নির্দেশ দিয়ে। সেই দিনৰ পৰাই এই বিদ‘আতী প্রথা চালু হৈ আহিছে। শী‘আসকলৰ উদ্ভাৱিত এই বিদ‘আতী প্রথাৰ অনুসৰণতেই ভাৰত উপমহাদেশৰ বিদ‘আতীসকলে ১০ মুহাৰৰমত সমদল উলিয়াই থাকে। প্রত্যেক আল্লাহভীৰু মুছলমানৰ এইবোৰ বিদ‘আতৰ পৰা দূৰত থকা আৱশ্যক।
(৪) মুহাৰৰম মাহৰ ১০ তাৰিখে বা আশুৰাৰ দিনা চকুত চুৰমা লগোৱা: বহুতেই আশুৰাৰ দিনা বা মুহাৰৰম মাহৰ ১০ তাৰিখে বা আশুৰাৰ দিনা বিশেষ ফযীলতৰ আশাত চকুত চুৰমা লগাই থাকে; যি সুস্পষ্ট বিদ‘আত। কিয়নো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু ছাহাবায়ে কিৰাম সকলে আশুৰাৰ দিনত চকুত চুৰমা লগোৱা নাই আৰু ইয়াৰ কোনো ফযীলতো বর্ণনা কৰা নাই। আশুৰাৰ দিনা চকুত ইছমিদ চুৰমা লগালে কেতিয়াওঁ চকুত ৰোগ নহব’ মর্মে প্রচলিত হাদীছটো মাওযূ বা জাল। (ইবনুল জাওযী, আল-মাওযূ‘আত পৃঃ ২/২০৩; মোল্লা আলী ক্বাৰী, আছৰাৰূল মাৰফূ‘আহ, পৃঃ ৪৪)।
(৫) মুহাৰৰম মাহৰ ১০ তাৰিখে বা আশুৰাৰ দিনা বিশেষ ফযীলতৰ আশাত বিশেষ পদ্ধতিত ছালাত আদায় কৰা: মুহাৰৰম মাহৰ ১০ তাৰিখে বা আশুৰাৰ দিনা বিশেষ ফযীলতৰ আশাত বিশেষ পদ্ধতিত ছালাত আদায় কৰা হৈ থাকে; যি সুস্পষ্ট বিদ‘আত। কিয়নো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু ছাহাবায়ে কিৰামসকলে এই দিনত বিশেষ কোনো ছালাত আদায় কৰিছে বুলি কোনো ছহীহ দলীল পোৱা নাযায়। এই সম্পর্কে যিমান যি পোৱা যায় তাৰ আটাইবোৰেই জাল বা বানোৱাট। যেনে-
(ক) আবু হুৰায়ৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, আশুৰাৰ দিনা যি ব্যক্তিয়ে চাৰি ৰাক‘আত ছালাত আদায় কৰিব আৰু প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা আৰু পঞ্চাশবাৰ ছূৰা ইখলাছ তিলাৱাত কৰিব, আল্লাহ তা‘আলাই তাৰ অতীতৰ পঞ্চাশ বছৰৰ গুনাহ আৰু ভবিষ্যতৰ পঞ্চাশ বছৰৰ গুনাহ ক্ষমা কৰি দিব’। উল্লেখিত হাদীছটো জাল বা বানোৱাট। (আল-মাওযূ‘আত পৃঃ ২/১২২)।
(খ)ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে আশুৰাৰ দিনা জোহৰ আৰু আছৰৰ ছালাতৰ মাজত চল্লিশ ৰাক‘আত ছালাত আদায় কৰিব; প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা, দশবাৰ আয়াতুল কুৰচী, দশবাৰ ছূৰা ইখলাছ, পাঁচবাৰ ছূৰা ফালাক্ব আৰু পাঁচবাৰ ছূৰা নাছ তিলাৱাত কৰিব আল্লাহ তা‘আলাই তাক জান্নাতুল ফিৰদাউছ দান কৰিব। এই হাদীছটোও জাল বা বানোৱাট। (আল-মাওযূ‘আত পৃঃ ২/১২২-১২৩; শাওকানী, আল-ফাওৱাইদুল মাজমূ‘আহ পৃঃ ৪৮)।
শায়খুল ইছলাম ইবনু তায়মিয়াহ (ৰহঃ)ই কৈছে,
ليس في حديث عاشوراء حديث صحيح غير الصوم، وما يروي في فضل صلاة معينة فيه فهذا كله كذب موضوع باتفاق أهل المعرفة، ولم ينقل هذه الأحاديث أحد من أئمة أهل العلم في كتبهم-
‘ছিয়াম ব্যতীত আশুৰা সম্পর্কিত কোনো ছহীহ হাদীছ নাই। এই দিনত নির্দিষ্ট ছালাতৰ ফযীলত সম্পর্কে যিবোৰ বর্ণনা আহিছে প্রসিদ্ধ মুহাদ্দিছসকলৰ ঐক্যমতত তাৰ আটাইবোৰেই মিছা আৰু বানোৱাট। মুহাক্কিক আলিমসকলৰ কোনেওঁ তেওঁলোকৰ কিতাপসমূহত এইবোৰ হাদীছ সংকলন কৰা নাই। (শায়খুল ইছলাম ইবনে তায়মিয়াহ, মিনহাজুছ ছূন্নাহ ৪/১১৬)। গতিকে এই উপলক্ষে আশুৰাৰ দুটা ছিয়ামৰ বাহিৰে অন্য কোনো ইবাদত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, ছাহাবায়ে কিৰাম, তাবেঈনে ইযাম, ইমাম চতুষ্টয়ৰ কোনেওঁ কেতিয়াওঁ কৰা নাই। আৰু তেওঁলোকে ছিয়াম দুটা পালন কৰিছে কেৱল ফিৰাউনৰ কবলৰ পৰা মূছা (আঃ)ৰ নাজাতৰ শুকৰিয়া স্বৰূপ; শাহাদতে হুছাইনৰ শোক স্বৰূপ নহয়। গতিকে বর্তমানে আশুৰা উপলক্ষে যিবোৰ হৈ আছে তাৰ আটাইবোৰেই পৰৱর্তী যূগৰ বিদ‘আতীসকলৰ আৱিষ্কাৰ; যিবোৰ অৱশ্যেই বর্জনীয়।

Ashura‬ Ashura‬ Ashura‬ Ashura‬ Ashura‬

 
Yasmin Mogahed
Today is one of my favorite days ever. Today is the day of Musa (AS)...a man who stood in the midst of completely impossible circumstances. A man who stood, surrounded by barriers and obstacles, pursued by enemies. There was every reason for him to give up. There was every reason for him to lose hope. But even as those around him began to lose patience. Musa (AS), saw through it all. He looked right through the barriers and obstacles and saw hope. Not with his eyes. With his heart. He knew with unshakable certainty that Allah would get him through.
And that's exactly what happened.
Allah got him through...in the most miraculous of ways. 
---------------------------------------------------------------------------------------------------------------------------

#Muharram #1436AH #Fasting #Ashura #Ashoorah #Islam #Deen #Sehri #Iftar #Virtues #Sunnah #Muslimah #TheProphetsPath #TheDailyReminder #AbuDawood #SahihBukhari #Tirmidhi

Ibn Abbas Radhiallaho Anhu narrates: When The Messenger of Allah S.A.W migrated to Madinah, he found that the Jews of Madinah used to fast on the 10th day of Muharram. They said that it was the day on which The Prophet Musa Alayhis Salaam and his followers crossed the Red Sea miraculously, and the Pharaoh was drowned in it's water. On hearing this from the Jews, The Messenger of Allah S.A.W said, “We are more closely related to Musa than you.” So S.A.W directed the Muslims to fast on the day of Ashura.
(Abu Dawood)

Ibn Abbas (Radhiyallahu-Anhu) also narrates: "When Rasulullah (Sallallahu-Alayhi-Wasallam) observed the fast of the day of Ashura and ordered (his Companions) to fast, they said: `O Rasulullah! It is a day revered (glorified) by the Jews and Christians.' Thereupon Rasulullah said: "The coming year, if Allah wills (I remain alive), I will for surely fast on the ninth (also)."
(Muslim)

These Ahadeeth indicate clearly that one should fast on the ninth and tenth of Muharram.

These are the only actions supported by Ahadeeth.

Some idea is associated with the belief that the month of Muharram is an unlucky month. So, some people avoid holding marriage ceremonies throughout this month. This is definitely a superstition opposed to the teachings of Islam.

There is also the idea that the importance of Ashura is due to the martyrdom of the Messenger of Allah's grandson Al-Hussain (may Allah be pleased with him) at Karbala. This was a real tragic episode in the history of Islam.

Yet, to attribute the sanctity of Ashura to the martyrdom of Al-Hussain is wrong. This, as it was the Sallallahu-Alayhi-Wasallam himself who established its significance for Muslims, long before the birth of his grandson.

The Qur-an and Prophetic Sunnah teach us that in the event of a person's death, we should be patiently forbearing and say:

(to Allah we belong and to Him is our return.) Qur-an 2:156.

So, there is no question of "celebrating" such an occasion. In fact, it is a practice that crept into some community after the time of The Messenger of Allah S.A.W and has no basis in the Qur-an and Sunnah.

Let us observe this great day according to the ways of Rasulullah (Sallallahu-Alayhi-Wasallam) and the Sahabah (Radhiyallahu-Anhum), and refrain from all innovations which deprive us of the blessings from Almighty Allah.

May Allah swt guide us all upon the Straight Path and save us from every act which brings His displeasure.
------------------------------------------------------------------------------------------------------------------

How to Take Advantage of Ashura
You've heard now about the day of #Ashura, which will fall on Saturday, October 24, 2015.

But what is it about this day that makes it so special historically and spiritually? How do we make sure we benefit from it? What day(s) do we fast, and why? What are some tips we can note down for us to make sure our fasting on this blessed day gets accepted?

Watch this video, learn about the day of Ashura, and be sure to share it with your family and friends so that we can all benefit, inshaAllah. May Allah make this day a means for us to get closer to Him. Ameen!
----------------------------------------------------------------------------------------------------------------

Abu Qatada reported that a person came to the Apostle of Allah (may peace be upon him) and said:How do you observe fast? The Messenger of Allah (may peace be upon him) felt annoyed.When 'Umar (Allah be pleased with him) noticed his annoyance,he said:We are well pleased with Allah as our Lord,with Islam as our Code of Life,and with Muhammad as our Prophet.We seek refuge with Allah from the anger of Allah and that of His Messenger.'Umar kept on repeating these words till his (the Prophet's) anger calmed down.Then Umar said:Messenger of Allah.what is the position of one who perpetually observes fasts? Thereupon he said:He neither fasted nor broke it,or he said:He did not fast and he did not break it.He said:What about him who observes fast for two days and breaks one day.Thereupon he said:Is anyone capable of doing it? He ('Umar) said:What is the position of him who observes fast for a day and breaks on the other day? Thereupon he (the Prophet) said:That is the fast of David (peace be upon him).He ('Umar) said:What about him who observes fast one day and breaks it for two days.Thereupon he (the Messenger of Allah) said:I wish,I were given strength to observe that.Thereafter he said:The observance of three days' fast every Month and that of Ramadan every year is a perpetual fasting.I seek from Allah that fasting on the day of 'Arafa may atone for the sins of the preceding and the coming years.and I seek from Allah that fasting on the day of Ashura may atone for the sins of the preceding year.
[Sahih Muslim,Book:06,Hadith:2602]

Abu Qatada al-Ansari (Allah be pleased with him) reported that the Messenger of Allah (may peace be upon him) was asked about his fasting.The Messenger of Allah (may peace be upon him) felt annoyed.Thereupon 'Umar (Allah be pleased with him) said:We are pleased with Allah as the Lord,with Islam as our Code of Life,with Muhammad as the Messenger and with our pledge (to you for willing and cheerful submission) as a (sacred) commitment.He was then asked about perpetual fasting,whereupon he said:He neither fasted nor did he break it,or he did not fast and he did not break it.He was then asked about fasting for two days and breaking one day.He (the Prophet) said:And who has strength enough to do it? He was asked about fasting for a day and breaking for two days,whereupon he said:May Allah bestow upon us strength to do it.He was then asked about fasting for a day and breaking on the other,whereupon he said:That is the fasting of my brother David (peace be upon him).He was then asked about fasting on Monday,whereupon he said:It was the day on which I was born.on which I was commissioned with prophethood or revelation was sent to me,(and he further) said:Three days' fasting every month and of the whole of Ramadan every year is a perpetual fast.He was asked about fasting on the day of 'Arafa (9th of Dhu'I-Hijja),whereupon he said:It expiates the sins of the preceding year and the coming year.He was asked about fasting on
the day of 'Ashura (10th of Muharram),whereupon be said:It expiates the sins of the preceding year.(Imam Muslim said that in this hadith there is a) narration of Imam Shu'ba that he was asked about fasting on Monday and Thursday,but we (Imam Muslim) did not mention Thursday for we found it as an error (in reporting).
[Sahih Muslim,Book:06,Hadith:2603]

This hadith has been narrated by Shu'ba with the same chain of transmitters.
[Sahih Muslim,Book:06,Hadith:2604]

This hadith has been narrated by Ghailan b.Jarir with the same chain of transmitters,but with one variation,that there has been made mention of Monday and not of Thursday.
[Sahih Muslim,Book:06,Hadith:2605]
 
------------------------------------------------------------------------------------------------------------------

As-Salaam Alaikum,
Here is a lecture on the blessings and importance of the Day of Ashura.
Ibn 'Abbas reported that the Messenger of Allah, may Allah bless him and grant him peace, fasted the Day of Ashura and ordered it to be fasted. [Agreed upon]
Subscribe at: https://www.youtube.com/user/zaidshaki
‪#‎ashura‬ ‪#‎islam‬ ‪#‎muslims‬ ‪#‎religion‬
-------------------------------------------------------------------------------------------------------------

আশুৰাৰ উপলক্ষে দুটা ছিয়ামৰ বাহিৰে অন্য কোনো ইবাদত নাই। বাকী চব জাল



Hifzur Rahman

Comments - (ক) আবু হুৰায়ৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, আশুৰাৰ দিনা যি ব্যক্তিয়ে চাৰি ৰাক‘আত ছালাত আদায় কৰিব আৰু প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা আৰু পঞ্চাশবাৰ ছূৰা ইখলাছ তিলাৱাত কৰিব, আল্লাহ তা‘আলাই তাৰ অতীতৰ পঞ্চাশ বছৰৰ গুনাহ আৰু ভবিষ্যতৰ পঞ্চাশ বছৰৰ গুনাহ ক্ষমা কৰি দিব’। উল্লেখিত হাদীছটো জাল বা বানোৱাট। (আল-মাওযূ‘আত পৃঃ ২/১২২)।
(খ)ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে আশুৰাৰ দিনা জোহৰ আৰু আছৰৰ ছালাতৰ মাজত চল্লিশ ৰাক‘আত ছালাত আদায় কৰিব; প্রত্যেক ৰাক‘আতত এবাৰ ছূৰা ফাতিহা, দশবাৰ আয়াতুল কুৰচী, দশবাৰ ছূৰা ইখলাছ, পাঁচবাৰ ছূৰা ফালাক্ব আৰু পাঁচবাৰ ছূৰা নাছ তিলাৱাত কৰিব আল্লাহ তা‘আলাই তাক জান্নাতুল ফিৰদাউছ দান কৰিব। এই হাদীছটোও জাল বা বানোৱাট। (আল-মাওযূ‘আত পৃঃ ২/১২২-১২৩; শাওকানী, আল-ফাওৱাইদুল মাজমূ‘আহ পৃঃ ৪৮)।
শায়খুল ইছলাম ইবনু তায়মিয়াহ (ৰহঃ)ই কৈছে,
ﻟﻴﺲ ﻓﻲ ﺣﺪﻳﺚ ﻋﺎﺷﻮﺭﺍﺀ ﺣﺪﻳﺚ ﺻﺤﻴﺢ ﻏﻴﺮ ﺍﻟﺼﻮﻡ، ﻭﻣﺎ ﻳﺮﻭﻱ ﻓﻲ ﻓﻀﻞ ﺻﻼﺓ ﻣﻌﻴﻨﺔ ﻓﻴﻪ ﻓﻬﺬﺍ ﻛﻠﻪ ﻛﺬﺏ ﻣﻮﺿﻮﻉ ﺑﺎﺗﻔﺎﻕ ﺃﻫﻞ ﺍﻟﻤﻌﺮﻓﺔ، ﻭﻟﻢ ﻳﻨﻘﻞ ﻫﺬﻩ ﺍﻷﺣﺎﺩﻳﺚ ﺃﺣﺪ ﻣﻦ ﺃﺋﻤﺔ ﺃﻫﻞ ﺍﻟﻌﻠﻢ ﻓﻲ ﻛﺘﺒﻬﻢ -
‘ছিয়াম ব্যতীত আশুৰা সম্পর্কিত কোনো ছহীহ হাদীছ নাই। এই দিনত নির্দিষ্ট ছালাতৰ ফযীলত সম্পর্কে যিবোৰ বর্ণনা আহিছে প্রসিদ্ধ মুহাদ্দিছসকলৰ ঐক্যমতত তাৰ আটাইবোৰেই মিছা আৰু বানোৱাট। মুহাক্কিক আলিমসকলৰ কোনেওঁ তেওঁলোকৰ কিতাপসমূহত এইবোৰ হাদীছ সংকলন কৰা নাই। (শায়খুল ইছলাম ইবনে তায়মিয়াহ, মিনহাজুছ ছূন্নাহ ৪/১১৬)। গতিকে এই উপলক্ষে আশুৰাৰ দুটা ছিয়ামৰ বাহিৰে অন্য কোনো ইবাদত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, ছাহাবায়ে কিৰাম, তাবেঈনে ইযাম, ইমাম চতুষ্টয়ৰ কোনেওঁ কেতিয়াওঁ কৰা নাই। আৰু তেওঁলোকে ছিয়াম দুটা পালন কৰিছে কেৱল ফিৰাউনৰ কবলৰ পৰা মূছা (আঃ)ৰ নাজাতৰ শুকৰিয়া স্বৰূপ; শাহাদতে হুছাইনৰ শ��
-------------------------------------------------------------------------------------------------------------------------------
০১. আশুরা কি ও তার তাৎপর্য?

০২. হুসাইন (রা) এর হত্যাকারী কে?

০৩. ইসলামে মাতম, শোক ও তাযিয়ার বিধান কি?

০৪. ইয়াযিদ ইবনে মুয়াবিয়া এর বেপারে আহলে সুন্নাতের অবস্থান কি?

০৫. শিয়া কারা এবং তাদের আর সুন্নিদের মধ্যে পার্থক্য কি?

০৬. আহলে বাইত কারা এবং হাদীসে সাকালাইনের ব্যাখ্যা কি?

০৭. আলী, হাসান, হুসাইন (রা) এর মর্যাদা বাড়ানোর জন্য শিয়াদের জালিয়াতি

০৮. ইসলামে নযর মানতের বিধান কি ও শিয়াদের উৎসব হতে দেয়া খাবার খাওয়া যাবে কি?

Sunday, 18 October 2015

ashura shiam only on 9th and 10th muharam-muslim


হুসাইন (রাঃ)-এর শাহাদতকে কেন্দ্র করে মাতম এবং নিজেদের শরীর ক্ষতবিক্ষত করে থাকেন তাদের কাছে প্রশ্ন, হুসাইন (রাঃ) কি উমার, উসমান, আলী (রাঃ) এর চেয়েও শ্রেষ্ঠ?


Nayon Ahmed to কোরআন ও হাদিসের বাণী | Md Nur Mamun writter group

হুসাইন (রাঃ) কি উমার, উসমান, আলী (রাঃ) এর চেয়েও শ্রেষ্ঠ?-
যারা হুসাইন (রাঃ)-এর শাহাদতকে কেন্দ্র করে মাতম এবং নিজেদের শরীর ক্ষতবিক্ষত করে থাকেন তাদের কাছে প্রশ্ন, হুসাইন (রাঃ) কি উমার, উসমান, আলী (রাঃ) এর চেয়েও শ্রেষ্ঠ? ইসলামের এই মহান ৩ খলিফা যারা আসারায়ে মুবাসসারা অর্থাৎ দুনিয়াতেই জান্নাতের সুসংবাদপ্রাপ্ত তারাও তো নির্মমভাবে শহীদ হয়েছেন, কেন তাদের ক্ষেত্রে মাতম না করে হুসাইন (রাঃ)-এর শাহাদতকে কেন্দ্র করে এই হারাম কাজে আপনারা লিপ্ত হয়েছেন? ১টা প্রশ্নই আপনার সরল পথে ফিরে আসার জন্য যথেষ্ট হবে ইন শা আল্লাহ যদি আপনি সত্য অনুসন্ধানী হন আর যদি যথেষ্ট না হয় তবে শরীয়তের বিধান আপনার জেনে রাখা দরকার-
মুসলিম হিসেবে আমাদের রসুলুল্লাহ সাল্লালাহু আলাইহি ওয়া সাল্লাম শিক্ষা দিয়েছেন, মৃত বা শহীদ ব্যক্তির জন্য বিলাপ না করা, আনুষ্ঠানিকভাবে তিন দিনের বেশি শোক প্রকাশ না করা। তিনি বলেছেন:
মৃত ব্যক্তির উপর বিলাপকারী যদি তওবা না করে মারা যায়, তাকে কিয়ামতের দিন লোহার কাঁটাযুক্ত জামা পড়ানো হবে এবং আলকাতরার প্রলেপ লাগানো পায়জামা পড়ানো হবে। (সহীহ মুসলিম-৯৩৪)

আর সিয়াম পালনের যে বিধান রসুলুল্লাহ সাল্লালাহু আলাইহি ওয়া সাল্লাম আমাদের দিয়েছেন তাঁর সাথে হুসাইন (রাঃ)-এর শাহাদাতের কোন সম্পর্ক নেই, রাসুল (সাঃ)-এর মৃত্যুর পর হুসাইন (রাঃ) শহীদ হয়েছেন তাহলে কি করে এই বিষয়কে কেন্দ্র করে শরীয়তে কিছু থাকতে পারে? শরিয়তের বিধান শুধুমাত্র রাসুল (সাঃ) যতদিন বেঁচে ছিলেন শুধুই ততদিন নাযিল হয়েছে তাহলে রাসুল (সাঃ)-এর মৃত্যুর অনেক বছর পর হুসাইন (রাঃ)-এর শাহাদত বিষয়ে কিই বা শরীয়তে থাকতে পারে?
আশুরা বা ১০ই মুহাররম যে কারণে ফযিলতপূর্ণ সেটা হল, এই দিনে আল্লাহ তা’লা মুসা (আঃ)এবং তাঁর কওমকে ফেরাউনের কবল থেকে রক্ষা করে ফেরাউনকে সাগরে ডুবিয়ে মেরেছেন এ কারনেই আল্লাহ তা’লার শোকরিয়া জ্ঞাপনার্থে সিয়াম পালনের বিধান দেওয়া হয়েছে-
আব্দুল্লাহ বিন আব্বাস রাদিয়াল্লাহু আনহু বলেন, রসূলুল্লাহ সল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদীনায় হিজরত করে ইহূদীদেরকে আশূরার সিয়াম রাখতে দেখে কারণ জিজ্ঞেস করলে তারা বলেন, ﻫَﺬَﺍ ﻳَﻮْﻡٌ ﻋَﻈِﻴﻢٌ ﺃَﻧْﺠَﻰ ﺍﻟﻠﻪُ ﻓِﻴْﻪِ ﻣُﻮْﺳَﻰ ﻭَﻗَﻮْﻣَﻪُ ﻭَﻏَﺮَّﻕَ ﻓِﺮْﻋَﻮْﻥَ ﻭَﻗَﻮْﻣَﻪُ ﻓَﺼَﺎﻣَﻪُ ﻣُﻮْﺳَﻰ ﺷُﻜْﺮًﺍ ﻓَﻨَﺤْﻦُ ﻧَﺼُﻮْﻣُﻪُ . ﻓَﻘَﺎﻝَ ﺭَﺳُﻮْﻝُ ﺍﻟﻠﻪِ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﻓَﻨَﺤْﻦُ ﺃَﺣَﻖُّ ﻭَﺃَﻭْﻟَﻰ ﺑِﻤُﻮْﺳَﻰ ﻣِﻨْﻜُﻢْ . ﻓَﺼَﺎﻣَﻪُ ﺭَﺳُﻮْﻝُ ﺍﻟﻠﻪِ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﻭَﺃَﻣَﺮَ ﺑِﺼِﻴَﺎﻣِﻪِ
এটি একটি মহান দিন। এদিনে আল্লাহ মূসা আলাইহি ওয়াসাল্লাম ও তাঁর কওমকে নাজাত দিয়েছিলেন এবং ফেরাঊন ও তার লোকদের ডুবিয়ে মেরেছিলেন। তাঁর শুকরিয়া হিসাবে মূসা আলাইহি ওয়াসাল্লাম এ দিন সিয়াম পালন করেন। তাই আমরাও এ দিন সিয়াম পালন করি। তখন রসূলুল্লাহ সল্লাল্লাহু আলাইহি ওয়াসাল্লাম বললেন, তোমাদের চাইতে আমরাই মূসা আলাইহি ওয়াসাল্লাম -এর (আদর্শের) অধিক হকদার ও অধিক দাবীদার। অতঃপর তিনি সিয়াম রাখেন ও সকলকে রাখতে বলেন। (সহিহ মুসলিম)
আল্লাহ তা’লা আমাদের সঠিক জেনে সে অনুযায়ী আমল করার তৌফিক দিন, আমিন।